ব্ৰিটিছৰ শাসনকালত দিল্লী ইং ১৯১১ চনৰপৰা ভাৰতৰ ৰাজধানী হয় ।
Month: March 2021
ভাৰতৰ বৈদেশিক নীতিৰ মূল সিদ্ধান্ত কি ?
ভাৰতৰ বৈদেশিক নীতিৰ মূল সিদ্ধান্ত হৈছে শান্তিপূৰ্ণ সহ – অৱস্থান ।
ভাৰতৰ কোন ৰাজ্য়ত নিজস্ব সংবিধান আছে ?
ভৈৰতৰ জন্মু-কাশ্মীৰ ৰাজ্য়ত নিজস্ব সংবিধান আছে ।
কোন ভাৰতীয় যুৱতীয়ে প্ৰথমে বিশ্বসুন্দৰী হৈছিল ?
ৰীতা ফৰিয়াই ভাৰতীয় যুৱতীয়ে প্ৰথমে বিশ্বসুন্দৰী হৈছিল ।