মহিলা পলভল্ট খেলত ৫.০৪ মিটাৰ জপিয়াই নতুন বিশ্বৰেকৰ্ড গঢ়া খেলুৱৈগৰাকী কোন আছিল?

ৰাছিয়াৰ য়েলেনা ইছিনবেভা । ২০০৮ চনৰ ২৯জুলাই মনাক গ্ৰাঁ প্ৰিত প্ৰতিযোগিতাত ।