মহাত্মা গান্ধীয়ে চোৱা একমাত্ৰ চিনেমাখন ৰামৰাজ্য আছিল ।
Month: February 2021
ঋত্বিক ঘটকৰ প্ৰথম ছবি কি?
নাগৰিক।
পথেৰ পাঁচালী ছবিখনৰ সংগীত পৰিচালক কোন আছিল ?
পথেৰ পাঁচালী ছবিখনৰ সংগীত পৰিচালক পণ্ডিত ৰবিশংকৰ আছিল।
আটাইতকৈ বেছি অস্কাৰ বঁটা লাভ কৰা কথাছবিখনৰ নাম কি ?
আটাইতকৈ বেছি অস্কাৰ বঁটা লাভ কৰা কথাছবিখনৰ নাম টাইটানিক ১১ অস্কাৰ বঁটা লাভ তৰিছিল।