ভাৰতৰ শকুন্তলা দেৱীক মানৱ কম্পিউটাৰ আখ্যা দিয়া হয় ।
Month: February 2021
সৰ্বপ্ৰথম কোনজন বিজ্ঞানীয়ে লেংগুৱেজ ব্যৱহাৰ কৰিছিল ?
কনৰাড ঝুছে সৰ্বপ্ৰথম লেংগুৱেজ ব্যৱহাৰ কৰিছিল ।
ভাৰতীয় চিনেমাৰ প্ৰথম সংগীত পৰিচালক কোন আচিল ?
ভাৰতীয় চিনেমাৰ প্ৰথম সংগীত পৰিচালক ফিৰোজ ছাহ মিস্ত্ৰি । ছবি আলম্ আৰা আছিল।
চলচ্চিত্ৰৰ ডাবিং পদ্ধতিৰ স্ৰষ্ট্ৰা কোন আছিল ।
চলচ্চিত্ৰৰ ডাবিং পদ্ধতিৰ স্ৰষ্ট্ৰা জৰ্জ ডানিং আছিল।