সপ্ত সমুদ্ৰ হল দধি, ক্ষীৰ, ইক্ষু, লৱণ, সুৰা, ঘৃত আৰু স্বাদুক।
Month: February 2021
হিন্দুসকলৰ প্ৰাচীনতম গ্ৰন্থৰ নাম কি?
হিন্দুসকলৰ প্ৰাচীনতম গ্ৰন্থৰ নাম ঋক বেদ।
ভাৰতৰ তথা বিশ্বৰ শ্ৰেষ্ঠ সমাধিটোৰ নাম কি ? তাক কোনে তৈয়াৰ কৰিছিল ?
ভাৰতৰ তথা বিশ্বৰ শ্ৰেষ্ঠ সমাধিটোৰ নাম আগ্ৰাৰ তাজমহল তাক সম্ৰাট চাহাজাহানে সজাইছিল ।
চাইবাৰ অপৰাধ (Cyber Crime) কি?
দুষ্ট চক্ৰৰ ইন্টাৰনেট সেৱা অপপ্ৰয়োগ কৰাই হ’ল চাইবাৰ অপৰাধ।