স্ৱাধীন ভাৰতৰ সংবিধান খন ১৯৫০ চনৰ ২৬ জানুৱাৰী ইং তাৰিখে প্ৰৱৰ্তন কৰা হয় ।
Month: February 2021
পঞ্চম বেদ কাক বোলে?
মহাভাৰতক ।
হৰ্ষবৰ্দ্ধনৰ সময়ত নালন্দা বিশ্ববিদ্যালয় অধ্যক্ষ কোন আছিল ?
নালন্দা বিশ্ববিদ্যালয় অধ্যক্ষ আছিল শীলভদ্ৰ ।
বিক্ৰমাদিত্যৰ ৰাজ সভাৰ নৱৰত্নৰ নাম কি কি আছিল?
কালিদাস, বৰৰুচি বৰাহমিহিৰ শংকু বেতালভট্ৰ ঘটকৰ্পৰ, ক্ষপনৰ অসমৰ সিংহ আৰু ধন্বন্তৰী ।