অসমৰ প্ৰধান ভাষা অসমীয়া।
Month: February 2021
স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ?
স্বধীন ভাৰতৰ প্ৰথম ৰাষ্টপতি হ’ল
ROM বুলিলে কি বুজায়?
ROM মানে Read only memory হল কম্পিউটাৰৰ এনে এটা স্মৃতি অংশ, যত তথ্যবোৰ চিৰস্থায়ীভাৱে সংৰক্ষন কৰিব পাৰি । ইয়াত কেৱল তথ্যবোৰ অধ্যয়নহে কৰিব পাৰি কিন্ও লিখিব নোৱাৰি ।
Ram বুলিলে কি বুজয় ?
RAM মানে Random Access Memory হল কম্পিউটাৰৰ ত্ৰনে এটা স্মৃতি অংশ যত তথ্যবোৰ ক্ষনস্থায়ীভাৱে সংৰক্ষন কৰিব পাৰি । ইয়াত লিখা আৰু পঢ়া দুয়োবিধ কৰ্ম কৰিব পাৰি ।