আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম হল প্ৰশান্ত মহাসাগৰ ।
Month: February 2021
স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্টপতি কোন আছিল ?
উত্তৰঃ স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্টপতি হ’ল ড ৰাজেন্দ্ৰ প্ৰসাদ ।
পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি ?
পৃথিবীৰ আটাইতকৈ ডাঙৰ মহাদেশনৰ নাম হল এছিয়া মহাদেশ ।
আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ফলবিধ নাম কি ?
আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ফলবিধ হল আম ।