ৰাকেশ শৰ্মা আৰু কল্পনা চাওলা । কিন্ও দুৰ্ভোগ্যবশত ঃ ২০০৩ চনৰ ১ ফেব্ৰৱাৰীৰ দিনা কল্পনা চাওলাই আমেৰিকাৰ নাছাৰ মহাকাশযান কলম্বিয়া দুৰ্ঘটনাৰগ্ৰস্ত হোৱাত আন ৬গৰাকী মহাকাশচাৰীৰ সৈতে মৃত্যুমুখত পৰে ।
Month: February 2021
সৰ্বপ্ৰথম পুৰুষ মহাকাশচাৰী কোন আছিল ?
ৰাছিয়াৰ ইউৰি গাগাৰিন । তেওঁ ১৯৬১চনত ১২ ওপ্ৰিলত ভোস্তক নামৰ মহাকাশ যানেৰে প্ৰথম মহাকাশত বিচৰন কৰে । ১৯৬১ চনৰ ৫মেত আমেৰিকাৰ জন গ্লেনেও মহাকাশত ভ্ৰমন কৰে ।
স্বাধীন ভাৰতৰ প্ৰথম প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল ?
উত্তৰঃস্বধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হ’ল পণ্ডিত জৱাহৰলাল নেহৰু ।
কম্পিউটাৰ প্ৰজন্ম বুলিলে কি বুজা যায়?
কম্পিউটাৰ প্ৰজন্ম বুলিলে কম্পিউটাৰ নিৰ্মান কৌশল আৰু কাৰ্যক্ষমতাৰ ওপৰত ভিওি কৰি কৰা ভাগ সমূহেই হল প্ৰজন্ম ।