উত্তৰঃ ভাৰতবৰ্ষত সৰ্বমুঠ ৮৭ টা আনাতাঁৰ কেন্দ্ৰ আছে ।
Month: February 2021
স্কাইলেব কোন দেশে প্ৰথম মহাকাশলৈ পঠিয়ায় ?
১৯৭৩ চনৰ ১৪ মেত মাৰ্কিন যুক্তৰাষ্ট্ৰই ।
মহাকাশত স্থাপন কৰা মুখ্য স্পেচ ষ্টেচন বা অৱস্থান কেইটা কি কি ?
মিৰ, স্কাইলেব আৰুচেলিউট ।
প্ৰথম মহাকাশযানৰ মহিলা পাইলট কোন আছিল ?
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আইলিন কলিনছে ১৯৯৫ চনৰ জানুৱাৰী মাহত ডিছকভাৰী নামৰ শ্বাটল যানখনৰ পাইলট হৈ যাএা কৰিছিল ।