পাকিস্তান ছাহিদ আফ্ৰিদিয়ে (মাত্ৰ ৩৭টা বলত ১০২ ৰান কৰিছিল ।
Month: February 2021
প্ৰথম ভাৰতীয় ক্ৰিকেটাৰজন কোন যিজনে একেৰাহে চাৰিখন টেষ্টত চাৰিটা শতৰান কৰিছিল?
ৰাহুল দ্ৰাবিড় (বিশ্বত চতুৰ্থ স্থান ) ।
তৃতীয় আম্পায়াৰৰ দ্বাৰা এল বি ডব্লিউৰে আউট হোৱা সৰ্বপ্থম বেট্ছমেন গৰাকী কোন ?
ছোৱেইব মালিক (পাকিস্তান )।
এজন ভাৰতীয় এঘাৰ নম্বৰ বেট্ছমেনে সৰ্বাধিক (৭৫) ৰান কৰি বিশ্বাভিলেখ গঢ়িছিল তেওঁ কোন ?
জাহিৰ খান (২০০৪ চনৰ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে ) ।