১৯৯২ চনৰ বাৰ্চিলোনা অলিম্পিকৰ পৰা ।
Month: February 2021
অলিম্পিক খেল কেইবছৰ মূৰত অনুষ্ঠিত হয় ?
৪বছৰ মূৰত ।
অলিম্পিক খেলৰ জন্ম কত হৈছিল ?
খ্ৰীষ্টপূৰ্ব ৭৭৬ চনত গ্ৰীচ দেশৰ এথেসৰ ওচৰত অলিম্পিয়া নামে ঠাই ডোখৰত ।
এজন ভাৰতীয় ক্ৰিকেতাৰে শতিকাৰ সৰ্বশ্ৰেষ্ঠ সন্মান লাভ কৰিছে ।তেওঁ কোন?
কপিল দেৱ (এৱেঁই ৪০০ উইকেট লোৱা প্ৰথম ভাৰতীয় ) ।