জাপানৰ ৰাজধানী টকিঅ ত (১৯৬৪ চন) ।
Month: February 2021
অলিম্পিকখেলত প্ৰথ কেতিয়াৰ পৰা মহিলাই অংগ্ৰহন কৰিছিল?
১৯০০চনৰ পেৰিছ অলিম্পিক পৰাই ।
১৮৯৬ চনত এথেসত আৰম্ভ হয় আধুনিক অলিম্পিকত এই প্ৰতিযোগীতাত কিমান প্ৰতিযোগীয়ে ভাগ লৈছিল?
১৩খন দেশৰ ৩১১গৰাকী প্ৰতিযোগীয়ে ।
আধুনিক অলিম্পিকৰ জন্মদাতা বুলি কাক কোৱা হয়?
বেৰন পিয়েৰ দ্য কুবাৰ্তিনক (ফ্লাস ) ।