দুবছৰৰ মূৰে মূৰে । প্ৰথমখন বিশ্বকাপ হকী ১৯৭১ চনত স্পেইনৰ বাৰ্চিলোনাত হৈছিল ।
Month: February 2021
প্ৰথম আন্তৰ্জাতিক হকী প্ৰতিযোগীতা কেতিয়া হৈছিল?
১৯০৭ চনত ।
ভাৰতক কোনজন খেলুৱৈক হকীৰ যাদুকৰ বোলা হয় ?
ধ্যানচাঁদক ।
জিমানাষ্টিকছ্ৰ জনৰ কোন?থাৰে থ
মূল গ্ৰীক শব্দ জিমনেছ্ন অৰ্থাৎ সম্পূৰ্ন অনাবৃত অৱস্থাৰে কৰা ব্যায়াম । আধুনিক জিমনাষ্টিছ্ৰ জনক জাৰ্মানীৰ ফ্লেডৰিক লুডউই ।