পুৰুষৰ থমাছ কাপ আৰু মহিলাৰ উবেৰ কাপ ।
Month: February 2021
কোন মহিলা খেলুৱৈক উইম্বলডন ছিংগল্ছ, ডাবল্ছ তথা মিক্স ডাবল্ছত ২৯ বাৰ চেস্পিয়ন হৈছিল
অষ্ট্ৰেলিয়াৰ বিল্লি জীন কিং । তেওঁ ১৯৬১-১৯৭৮ লৈ ৬বাৰ ছিংগল্ছত ৯বাৰ ডাবল্ছত আৰু ৫বাৰ মিক্স ডাবল্ছত চেস্পিয়ন হয় ।
ব্ৰিটিছ অপেন দবা প্ৰতিযোগীতাৰ চেস্পিয়নশ্বিপ অৰ্জন কৰা প্ৰছম ভাৰতীয় খেলুৱৈগৰাকী কোন আছিল ?
আৰ, বি, ৰমেশ ।
কোনগৰাকী আফ্ৰিকাৰ নেতা একেৰাহে ন বছৰ তেওঁৰ দেশৰ হেভিৱেইট বক্সিং চেস্পিয়ন হৈছিল ?
ইডি আমিন ।