ৰাছিয়াৰ য়েলেনা ইছিনবেভা । ২০০৮ চনৰ ২৯জুলাই মনাক গ্ৰাঁ প্ৰিত প্ৰতিযোগিতাত ।
Month: February 2021
সাম্প্ৰতিক বিশ্বৰ দ্ৰততম মহিলা দৌৰবিধগৰাকী কোন?
য়ুলিয়া নেষ্টাৰেংকো (বেলাৰুছ ) অলিম্পিকত । তেওঁ ১০.৯৩ চেকেগুত এশ মিটাৰ দূৰত্ব অতিক্ৰম কৰে ।
সম্প্ৰতি বিশ্ব দ্ৰততম দৌৰবিদ (পুৰুষ) জন কোন?
জামাইকাৰ (ৱেষ্ট ইগুিজ) উছেইন বল্ট ।
ভাৰতৰ আটাইতকৈ পুৰনি হকী টুৰ্নামেন্টখনৰ নাম কি?
বেইটন কাপ । ১৮৯৫ চনত কলকাতাত আৰম্ভ হয় ।