চি পি ইউ ( Central Processing Unit) বুলিলে কি বুজায় ?

চেন্টেল প্ৰছেছিং উইনিট হল কম্পিউটাৰ মস্তিষ্ক অৰ্থাৎ ই প্ৰধান কাৰ্যকৰী অংশ । এই ইউনিট সকলো ধৰনৰ তথ্য নিৰ্দেশ আৰু ফলাফল অস্থায়ীভাৱে সঞ্চিত কৰে লগতে বিভিন্ন অংশ মাজত তথ্যৰ প্ৰবাহ ঘটায় ।

কম্পিউটাৰ ছফটৱেৰ বুলিলে কি বুজা?

কম্পিউটাৰ সূচী বা প্ৰগ্ৰাম বোৰেই হল ছফটৱেৰ । যিবোৰ সূচী বা প্ৰগ্ৰামৰ আধাৰত তথ্য সমূহ গ্ৰহন কৰি নিৰ্ধাৰিত প্ৰনালীৰ এক পূৰ্ন প্ৰক্ৰিয়া সমাপন কৰি ব্যৱহাৰোপযোগী ফলাফল পোৱা হয় সেয়াই হল ছফটৱেৰ ।

কম্পিউটাৰৰ হাৰ্ডৱেৰ বুলিলে কি বুজায় ?

কম্পিউটাৰৰ থকা আটাইখিনি সা- সৰঞ্জামেই হল কম্পিউটাৰৰ হাৰ্ডৱেৰ । চিষ্টেম ইউনিট দুটা ডিক্স ড্ৰাইভ কীবৰ্ড ভিডিঅ ডিচপ্লে ইউনিট আৰু এটা প্ৰিন্টাৰ সহ কম্পিউটাৰ সা-সঁজুলিবোৰই হল কম্পিউটাৰ হাৰ্ডৱেৰ ।