ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা বিভাগ তিনিটা । স্থল বাহিনি , নৌ বাহিনী আৰু বিমান বাহিনী ।
Question and Answer Solution
ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা বিভাগ তিনিটা । স্থল বাহিনি , নৌ বাহিনী আৰু বিমান বাহিনী ।
ভাৰতবৰ্ষৰ প্ৰতি দহ বছৰৰ অন্তৰে অন্তৰে লোকপিয়ল কৰা হয় ।
কমপক্ষে ১৮ বছৰ বয়স হ’লেহে ভাৰতীয় নাগৰিকে ভোটাধিকাৰ লাভ কৰে ।
বিহাৰ মধ্যপ্ৰেদেশ অসম কাশ্মীৰ তামিলনাডু ৰাজস্থান উৰিষ্যা আৰু পশ্চিমবগত কয়লা খনি পোৱা যায় ।