শিৱসাগৰৰ তলাতল ঘৰ ৰংপুৰৰ ৰংঘৰ আৰু নেঘেৰিটিঙৰ শিৱদল কোনজন ৰজাই নিৰ্মান কৰাইছিল ?

শিৱসাগৰৰ তলাতল ঘৰ ৰংপুৰৰ ৰংঘৰআৰু নেঘেৰিটিঙৰশিৱদল ৰজাই নিৰ্মান কৰাইছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ।