আহোমৰ প্ৰথম ৰজা কোন আছিল আৰু তেওঁ কিমান দিন ৰাজত্ব কৰিছিল ?

চুকাফা । তেওঁ মুঠ চল্লিশ বছৰ ৰাজত্ব কৰিছিল ।