কোনখন ঠাইক অসমৰ খাজুৰাহো বুলি কোৱা হয় ?

মদন কামদেৱ দেৱালয় ( বাইহাটা চাৰিআলি ) অসমৰ খাজুৰাহো বুলি কোৱা হয়।