এৰি, মুগা আৰু পাট কাপোৰ উৎপাদন হোৱা ঠাইখনৰ নাম কি ?

এৰি, মুগা আৰু পাট কাপোৰ উৎপাদন হোৱা ঠাইখনৰ নাম হৈছে কামৰূপ জিলাৰ শুৱালকুছি।