অসম বুৰঞ্জীত কাক নকল আহোম (জলম বঁটা ) আখ্যা দিয়া হৈছিল ?

অসম বুৰঞ্জীৰ নকল আহোম জলম বঁটা আখ্যা দিয়া হৈছিল স্বৰ্গদেউ ৰাজশ্বৰ সিংহ ৰাজমন্এী নুমলী বৰগোহাঁইয়ে তেওঁৰ ৰচিত চকৰি ফেঁটী বুৰঞ্জীত কীৰ্তিচন্দ্ৰ বৰবৰুৱাক নকল আহোম আখ্যা দিছিল ।