অসমৰ বাঁহ-বেতৰ বস্তু আৰু জাপি উৎপন্ন হোৱা ঠাইখনৰ নাম কি ?

অসমৰ বাঁহ-বেতৰ বস্তু আৰু জাপি উৎপন্ন হোৱা ঠাইখনৰ নাম হৈছে নলবাৰী জিলাৰ মুগকুছি গাঁও।