ভাৰতীয় আৰু আইৰিছ জাতীয় পতাকাৰ ব্যৱহৃত তিনিওটা ৰং একে । কিন্ত্ত ইয়াৰ মাজত পাৰ্থক্য ক’ত ?

ভাৰতীয় পতাকাৰ তিনিওটা ৰং আনুভুমিক ভাবে থকা । আইৰিছ পতাকাৰ ওচৰা – ওৰি বা থিয় থিয়কৈ থাকে ।