প্ৰথম অসমীয়া শিশু চলচিত্ৰ খনৰ নাম কি?

গুণসিন্ধু হাজৰিকাৰ পৰিচলনাত অবুজ বেদনা (১৯৯৩) চনত নিৰ্মান হোৱা প্ৰথম খন অসমীয়া শিশু চলচিত্ৰ।