”জয়মতী” কথাছবিত চাউডাং বৰুৱাৰ ভূমিকাত কোনে অভিনয় কৰিছিল ?

”জয়মতী” কথাছবিত চাউডাং বৰুৱাৰ ভূমিকাত নটসূৰ্য ফণী শৰ্মাই অভিনয় কৰিছিল।