কোনে প্ৰথমে প্ৰাগজ্যোতিষ পুৰত ৰাজত্ব কৰিছিল ?

মহীৰঙ্গ দানৱে । এওঁ দানৱ বংশৰ ৰজা আছিল ।