আধুনিক বিজ্ঞান প্ৰকৃতাৰ্থত আৰম্ভ হয় সোতৰ শতিকাৰ মাজ ভাগৰপৰা । অৰ্থাৎ আধুনিক বিজ্ঞানৰ বাটকটীয়া গেলিলিও ( ১৫৬৪ – ১৬৪২ ) আৰু নিউটন ( ১৬৪২ – ১৭২৭ ) ৰ আৱিষ্কাৰবোৰৰ পৰা ।
Question and Answer Solution