মাতা’বি ।
Month: December 2020
কাৰ নামত “মাউন্ট এভাৰেষ্ট” নাম দিয়া হৈছে ?
ছাৰ জৰ্জ এভাৰেষ্ট । তেওঁ ১৮৩০ চনৰ পৰা ১৯৪৩ চন পৰ্যন্ত “চাৰ্ভেয়াৰ জেনেৰেল অৱ ইণ্ডিয়া” আছিল ।
হিটলাৰ জা্মানীআগকোন দেশনাগৰিক আছিল ?
অষ্ট্ৰিৰ । ১৯৩২ চনত তোওঁ জাৰ্মানীৰ নাগৰীত্ব গ্ৰহণ কৰে ।
কোন দেশে প্ৰথম চেলুলাৰ ফোনৰ যোগাযোগ ব্যৱস্থা কৰিছিল ?
জাপান ।