আমেৰিকাৰ “দ্য ৰেডিঅ’ চিটি মেউজিক হল ।
Month: December 2020
১৮৮৮ চনত কোন দেশে প্ৰথম স্মাৰক ডাক টিকট উলিয়াইছিল ?
অষ্ট্ৰেলিয়াই ।
আমেৰিকা যুক্তৰাষ্ট্ৰত “ষ্টচু অৱ লিবাৰ্টি” নামৰ যিটো বিখ্যাত স্মাৰক আছে তাক কোনখন দেশৰ পৰা আমেৰিকািই উপহাৰ হিচাপে পাইছিল ?
ফ্ৰান্স । ১৯৯৪ চনত ফ্ৰান্সে আমেৰিকাক উপহাৰ হিছাপে দিছিল ।
“আইৰণ চেন্সলৰ” নামেৰে পৰিচিত ব্যক্তি গৰাকীৰ নাম কি ?
কাউন্ট অ’টো ভ’ন বিছমাৰ্ক ।