১৯২০ চনৰ ১০ জানুৱাৰীত ।
Month: December 2020
মিছৰৰ “বগা সোণ” বা “(White gold)” জগত বিখ্যাত । বস্তুটো কি ?
তুলা বা কঁপাহ ।
অক্সফোৰ্ড ডিক্সনাৰী কোন চনত প্ৰকাশ হৈছিল ?
১৮৮৪ চনৰ এক ফ্ৰেব্ৰুৱাৰীত ।
ৰাষ্ট্ৰসংঘৰ চৰকাৰী ভাষা বহুতো থাকিও কাম চলোৱা হয় দুটা ভাষাত হে । ভাষা দুটা কি ?
ইংৰাজী আৰু ফৰাচী ।