মেহবুব খানৰ “ মাদাৰ ইণ্ডিয়া ” মুগল-ই-আজাম” আৰু “শ্বোলে” ।
Month: December 2020
ভাৰতৰ প্রথম নির্বাক ছবিখনৰ নাম কি ?
উ : পুণ্ডলিক (১৯১২ চন)
শিশু আৰু অভিভাৱকৰ মাজত সংঘাতৰ সৃষ্টিৰ কাৰণ হিচাপে পৰিগণিত হোৱা ব্যৱসায়িক সফল ছবি ৰতন ’ (১৯৪৪) ‘ ৰ নায়ক কোন আছিল ?
কৰণ দেৱান ।
আমেৰিকা যুক্তৰাষ্ট্ৰত কিমানখন ৰাজ্য আছে ?
৫০ খন ।