বৃষ্টি (১৯৭৪ চন)
Month: December 2020
প্রথম অসমীয়া ইষ্টমেন কালাৰৰ ছবিখনৰ নাম কি ?
জীৱন সুৰভি ।
সত্যজিৎ ৰায়ৰ “ অপু ” ত্রিলোজীৰ সংগীত পৰিচালক কোন আছিল ?
ৰবিশংকৰ ।
দক্ষিণ ভাৰতৰ পৰা নিৰ্মাণ কৰা প্ৰথমখন হিন্দী ছবিৰ নাম কি আছিল ?
চন্দ্রলেখা (১৯৪৮ চন)