অসম সাহিত্য সভাৰ প্ৰতীকটো যোগল দাসে আঁকিছিল।
Month: December 2020
অসম সাহিত্য সভাৰ কনিষ্ঠতম সভাপতি কোন আছিল ?
অসম সাহিত্য সভাৰ কনিষ্ঠতম সভাপতি কৃষ্ণকান্ত সন্দিকৈ।
প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম কি ?
প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম হৈছে সংগীত কোষ।
প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল ?
প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি আছিল মাধৱ কন্দলি আৰু হেম সৰস্বতী।