হৰিচন্দ্র চাখাৰাম ভাটৱা ডেকাৰ ।
Month: December 2020
নির্বাক ছবিৰ যুগৰ সবার্ধিক উল্লেখযোগ্য ছবি কোনখন ?
চবকাৰি পাচ (১৯২৫ চন) । ইয়াৰ নায়ক নায়িকা আছিল ভি শান্তাৰাম আৰু কমলা দেৱী । ইয়াৰ ইংৰাজী নামকৰণ আছিল “ ইণ্ডিয়ান শ্বাইক ।
ৰবীন্দ্রনাথ ঠাকুৰে পৰিচালনা কৰা ছবিখনৰ নাম কি ?
নটিৰ পুজা ।
ব্রিটিছে নিষিদ্ধ কৰা প্ৰথম ভাৰতীয় ছবি কোনখন ?
“ভক্ত বিদুৰ” (১৯২১ চন) নামৰ ৰাজনৈতিক পটভুমিত নির্মিত গুজৰাটী ছবিখন ।