ইন্দ্র মালতী ।
Month: December 2020
জ্যোতি প্ৰসাদ আগৰৱালৰ দ্বিতীয় কথাছবিখনৰ নাম কি আছিল ?
ইন্দ্র মালতী ।
ভাৰতৰ নির্মিত প্রথম কথাছবিখনৰ নাম কি ?
ৰজা হৰিচন্দ্র ।
ভাৰতত আন্তঃৰাষ্ট্ৰীয় ফিল্ম সমাৰোহৰ আয়োজন পোন প্রথমে কেতিয়া কৰা হয় ?
১৯৫২ চনৰ ২৪ জানুৱাৰীত ।