স্বর্ণ কমল । বোলছবি “হালধীয়া চৰায়ে বাওঁধান খায় ।
Month: December 2020
“ড° বেজবৰুৱা” কথাছবিৰ পৰিচালক কোন ?
ব্ৰজেন বৰুৱা ।
ভাৰতীয় চলচ্চিত্র জগতত সর্বশ্রেষ্ঠ সন্মান দাদা চাহেব ফালকে বঁটা লাভ কৰা অসমীয়াগৰাকী কোন ?
ড° ভূপেন হাজৰিকা ।
উদীয়মান চলচ্চিত্র প্রতিভাৰ শিতানত ৰাষ্ট্ৰীয় শ্রেষ্ঠ বঁটা পাওঁতা অসমীয়াসকল কোন ?
সঞ্জীর হাজৰিকা আৰু গৌতম বৰা ।