ড° ভবেন্দ্ৰ নাথ শইকীয়া । বোলছবি অগ্নিস্নান ।।
Month: December 2020
নার্গিচ দত্তৰ সম্পূর্ণ নাম কি ?
ফাতিমা ই ৰচিদা ।
ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰথম কথাছবিখনৰ নাম কি ?
সন্ধ্যাগ ।
ৰিচাৰ্ড এটেনবৰৰ “গান্ধীৰ সংগীত পৰিচালক কোন আৰু এই ছবিখনে কেইটা অস্কাৰ লাভ কৰিছিল ?
পণ্ডিত ৰবি শংকৰ । সাতটা অস্কাৰ বঁটা ।