ইং ১৯৬৭ চনত নির্মিত “এৰাউণ্ড দ্য ওৱাৰ্ল্ড” ।
Month: December 2020
অসমৰ বিখ্যাত বৰুৱা পৰিয়ালৰ তিনিজন চলচ্চিত্র পৰিচালকৰ নাম কি ?
নিপ বৰুৱা , ব্ৰজেন বৰুৱা আৰু দ্বিবন বৰুৱা ।
আমেৰিকাৰ বোলছবি শিল্পৰ বাবে বিখ্যাত ঠাইখনৰ নাম কি ?
হলিউদ ।
“তথাপিও নদীৰ পৰিচালক কোন ?
হেমন্ত দাস