ড° ভুপেন হাজৰীকা, ১৯৪৯ চনত নিউইৰ্ক টেলিভচনত ।
Month: December 2020
অসম আন্দোলৰ পটভুমিত নিৰ্মিত কথাছবিখনৰ নাম কি ? তাৰ সংগীত পৰিচালক কোন ?
সংকল্প । ড° ভুপেন হাজৰীকা ।
প্ৰথম অসমীয়া ৰঙীন কথাছবিখনৰ নাম কি ?
ভাইটি ।
“তকদীৰ” নামৰ হিন্দী এখন অসমীয়ালৈ ডাবিং কৰা হৈছিল । ছবিখনৰ নাম কি ?
ভাগ্য ।