চাৰ্লি চেপলিনে ।
Month: December 2020
ভলাগুৰি চাহ বাগিছাতজ্যোতি প্ৰসাদে স্থাপন কৰা ষ্টুডিঅ’ৰ নাম কি আছিল ?
চিত্ৰবন ।
সত্যজিৎ ৰায়ৰ অপু চিৰিজৰ কথাছবি কেইখনৰ নাম কি কি ?
পথেৰ পাচাঁলি, অপৰাজিতা, আৰু অপুৰ সংসাৰ ।
অসমৰ একমত্ৰ ষ্টুডিঅ’টোৰ নাম কি ?
কাহিলীপাৰাত অৱস্থিত জ্যোতি চিত্ৰবন ।