লক্ষ্যধৰ চৌধুৰীয়ে মানুহ বিচাৰি নামৰ পুথি বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।
Month: December 2020
‘সোণৰ খাৰু নালাগে মোক’ নামৰ উপন্যাসৰ লেখক কোন ?
‘সোণৰ খাৰু নালাগে মোক’ নামৰ উপন্যাসৰ লেখক হৈছে ধীৰেণ বৰুৱা।
প্ৰথম অসমীয়াৰ চুটি গল্পটোৰ নাম কি ?
প্ৰথম অসমীয়াৰ চুটি গল্পটোৰ নাম ‘কন্যা’।
অসমীয়া নাট্য সাহিত্যৰ জনক কোন ? তেওঁৰ প্ৰথম নাটকখনৰ নাম কি ?
অসমীয়া নাট্য সাহিত্যৰ জনক আছিল শ্ৰীমন্ত শংকৰদেৱ তেওঁ প্ৰথম নাটকখনৰ নাম হৈছে ‘চিহ্নাযাত্ৰা।