মহল ।
Month: December 2020
“পাকিজা” ছবিৰ পৰিচালক (সংগীত) কোন ?
গোলাম মহম্মদ ।
হেমামালিনীৰ প্ৰথম ছবি কি ? তাৰ নায়ক কোন আছিল ?
স্বপ্নোকা সৌদাগৰ । নায়ক ৰাজকাপুৰ ।
হেমামালিনীয়ে অঙিনয় জীৱনৰ একমাত্ৰ ফিল্ম ফেয়াৰ বটাঁ কোনখন ছবিৰ অভিনয়ত পাইছিল ?
১৯৭২ চনৰ “সীতা ঔৰ গীতা” ছবিৰ দ্বৈত চৰিত্ৰত অভিনয় কৰি ।