১৮৯৪ চনৰ ২৮ জানুৱাৰীত ।
Month: December 2020
মাত্ৰ ১৪ দিনৰ বাবে ভাৰতৰ নেতাজনৰ নাম কি ?
গুলজাৰী লাল নন্দ ।
হিন্দী ছবিজগতত সকলো ছবিত মদাহীৰ চৰিত্ৰৰ অভিনয় কৰা অভিনেতাজন কোন ?
কেষ্ট ‘ মুখাৰ্জী ।
অভিনেত্ৰী ৱাহিদা ৰহমানৰ প্ৰথম অভিনীত ছবিখনৰ নাম কি ?
চি-আই-ডি ।