ভাস্কো – ডা – গামা ।
Month: December 2020
ভাৰতীয় সেনা বাহিনীত কিমানটা কমাণ্ড আছে ?
পাচঁটা । পূৱ , পশ্চিম , উত্তৰ ,ক্ষিণ , আৰুমধ্য কমাণ্ড ।
এজন ভাাৰতীয় নাগিকৰ মৌলিক কৰ্তব্য কেইটা ?
১১টা ।
ভাৰতৰ প্ৰথম গৰাকী মুখ্য নিৰ্বাচন আযুক্ত কোন ?
সুকুমাৰ সেন ।