জাৰ প্ৰথম আলেকজেণ্ডাৰ ।
Month: December 2020
যুধিষ্ঠিৰৰ পাছত হস্তিনাপুৰৰ সিংহাসত কোনে বহিছিল ?
অভিমানযুৰ পুত্ৰ পৰীক্ষিত ।
ৰজা শিবাজীক পৰামৰ্শ দিবলৈ কেইজন মন্ত্ৰী আছিল ?
আঠজন ।
কোন চনত ভাৰতৰ প্ৰথমটো আনৱিক গৱেষণা ৰিয়েক্টৰ অপ্সৰা উদ্বোধন কৰা হৈছিল ?
১৯৫৭ চনৰ ২০ জানুৱাৰীত ।