মহৰ্ষি কৃষ্ণ দ্বৈপায়ন বেদব্যাসে ।
Month: December 2020
প্ৰখ্যাত ভাৰতবিদ উইলিয়াম জোন্সে কোন বিখ্যাত ভাৰতীয় নাটকৰ প্ৰথম ইংৰাজী অনুবাদ কৰিছিল ?
কালিদাসৰ শকুন্তলা ।
ভাৰতৰ ডাক টিকটৰ প্ৰথম নক্সা কৰোতাজন কোন ?
কেপ্তেইন থুইলিয়াৰ ।
ভাৰতত কেতিয়া যাত্ৰীসহ উৰণ আৰম্ভ হৈছিল ?
১৯৩৫ চনৰ ১৬ নৱেম্বৰত ।