কুুতুবুদ্দিন আইবেক ।
Month: December 2020
মিৰ্জা বেগ ইতিহাসত ইতিহাসত অইন এটি নামেৰে বিখ্যাত ?
ইতমদউদ দৌলা । এৱেঁই নুৰজাহানৰ পিতৃ ।
কোনগৰাকী বৰণ্য লোকৰ সোঁৱৰণত হীৰাৰ আকৃতিৰ ডাক টিকট প্ৰকাশ কৰা হৈছিল ?
ৰাজা ৰামমোহন ৰায় ।
নাদিৰ শ্বাহে কোন বছৰত পাৰস্য ৰাজপাটত বহিছিল ?
১৭৩৬ চনত ।