‘অনুৰাধৰ দেশ’ উপন্যাসখনৰ নাম হৈছে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে।
Month: December 2020
২০০৮ চনৰ সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰা অসমীয়া সাহিত্যক গৰাকী কোন ?
২০০৮ চনৰ সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰা অসমীয়া সাহিত্যক গৰাকী নাম ৰীতা চৌধুৰী।
‘পৃথিৱীৰ অসুখ’ নামৰ গল্প পুথিখন কোনে লিখিছিল ?
‘পৃথিৱীৰ অসুখ’ নামৰ গল্প পুথিখন যোগেশ দাসে লিখিছিল।
‘চিৰ চেনেহী মোৰ ভাষা জাননী’ এই গীতটো কোনে ৰচনা কৰিছিল ?
‘চিৰ চেনেহী মোৰ ভাষা জাননী’ এই গীতটো মিত্ৰদেৱ মহন্তই ৰচনা কৰিছিল।